Hub Schools My_School Resource
Admissions Open · 2026-27

Welcome to
94 No. Samaguri LP School

Sivasagar, Assam · Est. 1887

চামগুৰি অঞ্চলটিক জ্ঞানৰ আলোকেৰে আলোকিত কৰা বিদ্যালয়সমূহৰ বাটকটীয়া স্বৰূপে ৯৪ নং চামগুৰি প্ৰাথমিক বিদ্যালয় প্ৰতিষ্ঠা হৈছিল ১৮৮৭ চন কেইবাগৰাকীও চিন্...

116+ Students
6+ Teachers
1887 Since
Campus
Est. 1887
Notice Board

জাননী আৰু আপডেট

বিদ্যালয়ৰ শেহতীয়া জাননী, কাৰ্যসূচী, বন্ধ আৰু ডাউন্‌ল'ড

Live Updates
উৎসৱ বিদ্যাৰম্ভ

বিদ্যালয়ৰ শেহতীয়া জাননী

31 Mar, 2026 ২০২৬-২৭ শিক্ষাবৰ্ষৰ নামভৰ্তিৰ প্ৰক্ৰিয়া চলি আছে।
Principal
1887 স্থাপিত বৰ্ষ
A+ গুণোৎসৱ গ্ৰেড
আমাৰ বিষয়ে

বিদ্যালয়ৰ ইতিহাস আৰু
প্ৰধান শিক্ষকৰ বাৰ্তা

চমু ইতিহাস:
চামগুৰি অঞ্চলটিক জ্ঞানৰ আলোকেৰে
আলোকিত কৰা বিদ্যালয়সমূহৰ বাটকটীয়া স্বৰূপে ৯৪ নং চামগুৰি প্ৰাথমিক বিদ্যালয় প্ৰতিষ্ঠা হৈছিল ১৮৮৭ চন কেইবাগৰাকীও চিন্তাশীল
লোকৰ প্ৰচেষ্টাত ।
বাৰ্তা:
আমাৰ বিদ্যালয়ৰ অফিচিয়েল ৱেবছাইটলৈ আপোনালোকক আন্তৰিকতাৰে আদৰণি জনালোঁ। শিক্ষা হৈছে জীৱনৰ মূল আধাৰ। আমাৰ বিদ্যালয়ত আমি কেৱল পাঠ্যপুথিৰ জ্ঞানেই নহয়, ছাত্ৰ-ছাত্ৰীসকলৰ চৰিত্ৰ গঠন, শিষ্টাচাৰ, মূল্যবোধ আৰু সৃজনশীলতাকো সমান গুৰুত্ব দিওঁ। আমাৰ লক্ষ্য হৈছে এক সুস্থ, নিৰাপদ আৰু অনুপ্ৰেৰণামূলক পৰিৱেশ সৃষ্টি কৰা, য’ত প্ৰতিজন শিক্ষাৰ্থীয়ে নিজৰ সম্পূৰ্ণ সম্ভাৱনা বিকাশ কৰিব পাৰে।
আমাৰ শিক্ষক-শিক্ষয়িত্ৰীসকল নিষ্ঠা, অভিজ্ঞতা আৰু মৰমেৰে ছাত্ৰ-ছাত্ৰীসকলক আগুৱাই লৈ যায়। বিদ্যালয়খনৰ সকলো কাম-কাজত অভিভাৱকৰ সহযোগিতাকো আমি অতি গুৰুত্ব দিওঁ।
এই ৱেবছাইটৰ জৰিয়তে আপোনালোক বিদ্যালয়ৰ বিভিন্ন কাৰ্যসূচী, সাফল্য আৰু উন্নয়নৰ খবৰ লাভ কৰিব পাৰিব বুলি আশা কৰোঁ।
আপোনালোকৰ সহযোগিতা আৰু আশীৰ্বাদ সদায়েই আমাৰ লগত থাকক।

ধন্যবাদ।

Chinu Moni Borah

প্ৰধান শিক্ষক (Principal)
0 +

মুঠ ছাত্ৰ-ছাত্ৰী

0 +

শিক্ষক-শিক্ষয়িত্ৰী

Our Faculty

আমাৰ শিক্ষক-শিক্ষয়িত্ৰী

বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক এক উজ্জ্বল ভৱিষ্যতৰ দিশে আগুৱাই নিবলৈ আমাৰ অভিজ্ঞ আৰু দক্ষ শিক্ষক সমাজ সদায় প্ৰস্তুত।

প্ৰাক্তন শিক্ষকসকলক চাওক
Chinu Moni Borah

Chinu Moni Borah

Head Mistress

Chinu Moni Borah

শিক্ষাগত অৰ্হতা B.A , D.EL.Ed.
অভিজ্ঞতা 14+
যোগদানৰ তাৰিখ 27 Feb, 2018
Renu Gogoi Gohain

Renu Gogoi Gohain

Assistant Teacher

Renu Gogoi Gohain

শিক্ষাগত অৰ্হতা HS
অভিজ্ঞতা 59+
যোগদানৰ তাৰিখ 18 Sep, 2006
Sochi Probha Gohain

Sochi Probha Gohain

Assistant Teacher

Sochi Probha Gohain

শিক্ষাগত অৰ্হতা HS
অভিজ্ঞতা 13+
যোগদানৰ তাৰিখ 03 May, 2021
Swapnali Borgohain

Swapnali Borgohain

Assistant Teacher

Swapnali Borgohain

শিক্ষাগত অৰ্হতা B.A , D.EL.Ed.
অভিজ্ঞতা 13+
যোগদানৰ তাৰিখ 01 Jan, 2018
Monalisha Borah

Monalisha Borah

Assistant Teacher

Monalisha Borah

শিক্ষাগত অৰ্হতা B.A , D.EL.Ed.
অভিজ্ঞতা 10+
যোগদানৰ তাৰিখ 11 Sep, 2017
Rupjyoti Phukan

Rupjyoti Phukan

Assistant Teacher

Rupjyoti Phukan

শিক্ষাগত অৰ্হতা B.A , D.EL.Ed.
অভিজ্ঞতা 14+
যোগদানৰ তাৰিখ 01 Jun, 2023
Our Pride

আমাৰ গৌৰৱ

বিদ্যালয়ৰ কৃতি ছাত্ৰ-ছাত্ৰী আৰু উল্লেখনীয় সাফল্য

গুণোৎসৱৰ ফলাফল

অসম চৰকাৰৰ শেহতীয়া মূল্যাংকন

গ্ৰেড: A+
1 / 1
Admissions Open

নতুন শিক্ষাবৰ্ষৰ নামভৰ্ত্তি (২০২৬-২৭)

94 No. Samaguri LP School লৈ আপোনাক স্বাগতম। ঘৰতে বহি ম'বাইলৰ জৰিয়তে আজিয়েই আবেদন কৰক।

নামভৰ্তিৰ প্ৰপত্ৰ
1
2
3
4

ক) ছাত্ৰ/ছাত্ৰীৰ সাধাৰণ তথ্য

খ) স্বাস্থ্য আৰু শাৰীৰিক তথ্য

গ) দক্ষতা আৰু অন্যান্য তথ্য

ঘ) অভিভাৱকৰ তথ্য

ঙ) বেংকৰ সবিশেষ

ঘোষণা: মই নিশ্চিত কৰিছোঁ যে ওপৰৰ সকলো তথ্য মোৰ জ্ঞাতসাৰে সত্য।
Vidyanjali বিদ্যাঞ্জলি প্ৰকল্প

বিদ্যালয়ৰ সৈতে সংযুক্ত হওক

প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, সমাজৰ সচেতন ব্যক্তি বা অৱসৰপ্ৰাপ্ত শিক্ষকসকলে আমাৰ বিদ্যালয়ত স্বেচ্ছাসেৱক হিচাপে শিক্ষাদান কৰিব পাৰে বা বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নত সহায় আগবঢ়াব পাৰে।

সহায় আগবঢ়াওক
Get In Touch

যোগাযোগ কৰক

ভৰ্তি বা যিকোনো প্ৰশ্নৰ বাবে আমালৈ মেছেজ পঠিয়াওক

অনলাইন অনুৰোধ

গোপনীয়তা নীতি

94 No. Samaguri LP School-ৰ আনুষ্ঠানিক ৱেবছাইটলৈ আপোনাক স্বাগতম। আমি আপোনাৰ ব্যক্তিগত তথ্য সুৰক্ষিত ৰাখিবলৈ আৰু আপোনাৰ গোপনীয়তাৰ অধিকাৰ ৰক্ষা কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।

1. Information We Collect

অনুসন্ধান ফৰ্ম বা নামভৰ্তি ফৰ্ম পূৰণ কৰোঁতে আপুনি স্বেচ্ছাই প্ৰদান কৰা তথ্যসমূহ আমি সংগ্ৰহ কৰোঁ।

2. How We Use Your Information

সংগ্ৰহ কৰা তথ্যসমূহ কেৱল বিদ্যালয়ৰ প্ৰশাসনিক কাম-কাজৰ বাবে ব্যৱহাৰ কৰা হয়।

3. Data Security

এই ৱেবছাইটটো Vidyaloy.com ৰ দ্বাৰা পৰিচালিত আৰু সুৰক্ষিত।